ONLINE UNIT TEST 1, CLASS VIII
MARKS - 25, TIME - 1.5 HOURS
SUBJECT - ASSAMESE
১। নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে ? -১
২। ৰজা ৰামসিংহই লাচিতক আফুগুটিৰ সহায়ত
কি বুজাবলৈ চেষ্টা কৰিছিল ? ১
৩। কোৱামৃদ্ধা হাজৰীকা কোন আছিল ? ১
৪। এন্ ফ্ৰাঙ্কৰ দেউতাকতৰ নাম কি আছিল ? ১
৫। 'জাগা জননীৰ সন্তান' কবিতাটোত সন্তানক
কিহে দুৰ্বল কৰাৰ কথা কৈছে ?
৬। চিলাৰায় দিৱস কি তাৰিখে পালন কৰা হয় ? ১
৭। কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা
পুথিখনৰ নাম কি ? ১
৮। এডলফ হিটলাৰ কোন আছিল ? ১
৯। শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল ? ১
১০। এন্ ফ্ৰাঙ্কৰ আইতাকৰ কেতিয়া মৃত্যু হৈছিল ? ১
১১। কবিয়ে কাক জাগি থাকিবলৈ কৈছে ? ১
১২। নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে ? ২
১৩। বৰ আই কুঁঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা
স্বৰ্গদেউক কি উপদেশ দিছিল ? ২
১৪। তলত দিয়া শব্দবিলাকত কিয় মূৰ্ধণ্য ণ
হৈছে ? ১ (যিকোনো দুটা)
ৰামায়ণ, বিশেষণ, প্ৰণাম, কৃপণ ।
১৫। তলৰ শব্দকেইটা বিশেষ্য ৰ পৰা বিশেষণলৈ
নিয়া। ১ (যিকোনো দুটা)
ইতিহাস, শৰাইঘাট, অৰ্থনীতি , সমৰ।
১৬। তলৰ শব্দবিলাকৰ সন্ধি ভাঙা আৰু পাতা। ২
যথোচিত, ইত্যাদি, উৎ + হাৰ, দুঃ + নিতী । ২
১৭। তলৰ শব্দকেইটাৰ বিপৰীত শব্দ লিখা । ১
ধুনীয়া, অমৃত ।
১৮। তলৰ শব্দকেইটাৰ সমাৰ্থক শব্দ লিখা । ১
সূৰ্য, অগ্নি
১৯। এটা শব্দত প্ৰকাশ কৰা। ২
ক) আঁঠুৰ তললৈকে পৰা হাত।
খ) যাক জিনিব নোৱাৰি।
গ) চেলেকী খোৱা বস্তু।
ঘ) যাৰ পূৰ্বজন্মৰ কথা মনত আছে।
No comments:
Post a Comment