Saturday, July 10, 2021

    ONLINE UNIT TEST - 1, CLASS VII

         SUB - ASSAMESE, MARKS - 25


১) বৰগীত কাক বোলে ? ১

২) কালিকালগা পাটকাপোৰখন দিওতে 

দেউতাকে ছোৱালীজনীক কি কৈছিল ? ১

৩) ধ্ৰুং বা ধ্ৰুপদ কি ? ১

৪) কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ

 কথা কৈছে ? ১

৫) 'কমল কলি'  কবিতাপুথি খন কোনে 

লিখিছিল ? ১

৬) নোৱাখালি জিলা বৰ্তমান ক'ত অৱস্থিত ? ১

৭) যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল ? ১

৮) মাতৃপ্ৰধান সমাজৰ এটা বৈশিষ্ট্য লিখা । ১

৯) পণ্ডিত আনন্দৰাম বৰুৱা কোন আছিল ? ১

১০) আনন্দৰাম বৰুৱাৰ জীৱনৰ একক ব্ৰত 

কি আছিল ? ১

১১) তলৰ শব্দকেইটাৰ অৰ্থ লিখা । ১

বাথান, ৰাখোৱাল।

১২) বিশ্বৰ ভিতৰত স্বীকৃত বিজ্ঞানসন্মত ব্যাকৰণ পুথিখনৰ নাম কি ? এই ব্যাকৰণ পুথিখন কোনে 

ৰছনা কৰিছিল ? ২

১৩) সাধুকথাৰ জৰিয়তে আমি কি কি শিকিব 

পাৰোঁ‌ ? ২

১৪) আনন্দৰাম বৰুৱাই কোনখন কলেজৰ পৰা আৰু কি বিষয়ত 'ডাফ স্কলাৰচিপ' লাভ

কৰিছিল ? ২

১৫) তলৰ শব্দবিলাকৰ বিপৰীত শব্দ লিখা । ২

আশীৰ্বাদ, তিৰস্কাৰ, পবিত্ৰ, সৃষ্টি।

১৬) তলৰ প্ৰতিটো শব্দৰ দুটাকৈ  সমাৰ্থক শব্দ লিখা। (যিকোনো দুটাৰ) ১

গছ, বগা, পৃথিৱী, নদী।

১৭) সন্ধি ভাঙা আৰু পাতা । ১

গজেন্দ্ৰ,   পুষ্প + অঞ্জলি।

১৮) বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া। ২

গাওঁ, জাতি, ধৰ্ম, শৰীৰ। 

১৯) এটা শব্দত প্ৰকাশ কৰা। ২

ক। যি অনাই বনাই ঘূৰি ফুৰে।

খ। যি আগতে হোৱা নাই বা ঘটা নাই।


No comments:

Post a Comment

Preposition with use : Preposition Meaning 1 Example 1 Meaning 2 Example 2 at Place/Location She is at school. Direction/Tar...