Thursday, July 8, 2021

Quiz


১/প্ৰশ্ন:: অজন্তা আৰু ইলোৰা গুহাৰ চিত্ৰকলা কোন যুগৰ?

ans- গুপ্ত যুগৰ


২/প্ৰশ্ন::: নগৰীয়া অঞ্চলৰ স্থানীয় স্বায়ত্ত্বশাসন কোনে চলায়?

Ans- ৱাৰ্ড কমিচনাৰ

৩/ প্ৰশ্ন:- কি বোমাই জাপানৰ নাগাচাকি আৰু হিৰোচিমা নগৰ দুখন ধ্বংস কৰিছিল?

Ans - পাৰমানৱিক  ।

৪/প্ৰশ্ন:: মানুহৰ প্ৰথম বাহন কি?

Ans- জন্তু পিঠিত উঠি আৰু নাওঁ‌ত

৫/প্ৰশ্ন:: আদিম মানুহে অস্ত্ৰ হিচাপে কি ব্যৱহাৰ কৰিছিল?

 Ans- ধনুকাঁৰ

৬/প্ৰশ্ন:: 'ছাৰাছেন'শব্দৰ অৰ্থ কি?

Ans- সমৰ্থক শব্দ বা বিপৰীত শব্দ.

৭/প্ৰশ্ন:: মানুহে চকৰিৰ আবিষ্কাৰ কোন যুগত কৰিছিল?

Ans - ৬।সমৰ্থক শব্দ বা বিপৰীত শব্দ.

৮/ প্ৰতিমাৰ খনিকৰ ৰূপে কোনজন ব্যক্তি পৰিচিত?


Ans- চন্দ্ৰ কুমাৰ আগৰৱালা ।


৯। বীৰবালা উপাধিৰে কাক সন্মানিত কৰা হৈছিল?


Ans - কনকলতা ।


১০/ কৰ্মবীৰ কোন জন ব্যক্তিৰ কোৱা হয়?

Ans - নবীন চন্দ্ৰ বৰদলৈ ।



১১/ লুইত কোঁৱৰ কাক কোৱা হয়?


Ans - ৰুদ্ৰ বৰুৱা ।


১২/শেৱালি কবি ৰূপে কোনজন কবি জনাজাত?


Ans - ৰত্ন কান্ত বৰকাকতি ।


১৩। গীতি কবি ৰূপে কোনজন ব্যক্তিক কোৱা হয়?


Ans - পাৰ্বতী প্ৰসাদ বৰুৱা ।


১৪/ নিজৰা কবি বুলি কাক কয়?

Ans - শৈলধৰ ৰাজখোৱা.

No comments:

Post a Comment

Preposition with use : Preposition Meaning 1 Example 1 Meaning 2 Example 2 at Place/Location She is at school. Direction/Tar...