TENSE
PRESENT TENS
A. SIMPLE PRESENT OR PRESENT INDEFINITE
ব্যৱহাৰ :
১। সদায় হোৱা কাম (Tasks that always happens):
যি কামবোৰ সদায় বা নিয়মিতভাৱে হয়, সেইবোৰ বুজাবলৈ Simple Present Tense ব্যৱহাৰ হয়।
উদাহৰণঃ
The sun rises in the east.
He goes to school every day.
২। চিৰসত্য ঘটনা (Universal Truths):
যিবোৰ কথা সদায় সঁচা — প্ৰকৃতি বা বিজ্ঞানৰ নিয়ম আদিৰ ক্ষেত্ৰত।
উদাহৰণ:
The sun rises in the east.
Water freezes at 0°C.
Water boils at 100°C.
The Earth moves around the Sun.
৩। অভ্যাসগত কাম (Habitual Actions):
নিয়মিতভাৱে কৰা অভ্যাস বুজাবলৈ — প্ৰতি দিন, সপ্তাহ, মাহ বা নিয়মমাফিক হোৱা কাম।
উদাহৰণ:
He plays cricket every Sunday.
I brush my teeth twice a day.
I get up at 6 a.m. every morning.
She drinks tea in the evening.
৪। গতানুগতিক অৰ্থ (General Statements / Facts / Instructions): যিবোৰ বাক্যই সাধাৰণ নিয়ম, নিৰ্দেশ,জ্ঞান বা সত্য বুজায়
উদাহৰণ:
A dog has four legs.
The train stops at every station.
A teacher teaches students.
We speak Assamese at home.
First, mix the flour with water. [Instruction])
গতানুগতিক অৰ্থৰ অন্য বাক্য:
He visits us twice a year.
She calls her mother every Sunday.
I go to the gym three times a week.
5 . . সময়সূচী, সময় নিৰ্ধাৰণ,প্ৰগ্ৰেম, বাহনৰ সময়, ভৱিষ্যতে হ’বলগীয়া, কিন্তু সময়নিশ্চিত ঘটনাৰ ক্ষেত্ৰত।
উদাহৰণ:
The train leaves at 5 p.m.
The school starts at 9 a.m.
6. নির্দেশনা (Instructions) কিবা কৰাৰ নিয়ম বা হুকুম।
উদাহৰণ:
First, boil the water.
Open the book and read the first page.
7. খবৰ শিৰোনাম (News Headlines):
উদাহৰণ:
Prime Minister visits Assam.
Earthquake hits Japan.
8. উক্তি, প্ৰবচন, কোট (Proverbs/Quotations): সদায় প্ৰযোজ্য কথা বা জ্ঞান।
উদাহৰণ:
Honesty is the best policy.
Time and tide wait for none.
Keywords/Identification words
Always, regularly ,usually, generally, daily, rarely, normally, frequently, occasionally, often, sometimes, never, Seldom
Each day/week/month/year
Every day/week/month/year
Once a day/week/month/year
Twice a day/week/month/year
Thrice a day/week/month/year
On a regular basis,
Most of the time
from time to time
now and then
All the time
📘 Simple Present Tense Sentences with Identification Words (with Assamese Meaning)
| 🔤 Word/Phrase | 📝 English Sentence | 🌿 Assamese অনুবাদ |
|---|---|---|
| always | He always helps his friends. | তেওঁ সদায় নিজৰ বন্ধুবিলাকক সহায় কৰে। |
| usually | I usually take tea in the evening. | মই সাধাৰণতে সন্ধিয়াত চাহ খাওঁ। |
| regularly | We go for a walk regularly. | আমি নিয়মিতভাৱে খোজ কাঢ়োঁ। |
| generally | Cats generally hate water. | মেকুৰীবিলাকে সাধাৰণতে পানী নাপায়। |
| daily | She reads the newspaper daily. | তেওঁ প্ৰতিদিনে বাতৰি কাকত পঢ়ে। |
| frequently | He frequently visit their grandparents. | তেওঁ সঘনাই ককা-আইতাকক লগ কৰে |
| often | He often forgets his homework. | তেওঁ প্ৰায় নিজৰ গৃহকৰ্ম কৰিব পাহৰে। |
| sometimes | I sometimes watch movies at night. | মই কেতিয়াবা ৰাতি চিনেমা চাওঁ। |
| rarely | We rarely eat outside. | আমি কাচিৎ হে বাহিৰত খাওঁ। |
| seldom | She seldom comes late to school. | তেওঁ খুব কমেই বিদ্যালয়লৈ পলমকৈ আহে |
| never | He never tells a lie. | তেওঁ কেতিয়াও মিছা নকয়। |
| normally | People normally sleep at night. | মানুহে সাধাৰণতে ৰাতি শুৱে। |
| occasionally | I occasionally visit my uncle's house. | মই মাজে সময়ে মোৰ ককাৰ ঘৰলৈ যাওঁ। |
| each day/week/month/year | They clean the room each day. | তেওঁলোকে প্ৰতিদিনে কোঠাটো পৰিষ্কাৰ কৰে। |
| every day/week/month/year | She goes to the temple every Sunday. | তেওঁ প্ৰতিসপ্তাহে দেওবাৰে মন্দিৰলৈ যায়। |
| once a day/week/month/year | I take medicine once a day. | মই প্ৰতিদিনে এবাৰ ঔষধ লওঁ। |
| twice a day/week/month/year | He calls his mother twice a week. | তেওঁ প্ৰতি সপ্তাহত দুবাৰ তেওঁৰ মাকক ফোন কৰে। |
| thrice a day/week/month/year | We practice yoga thrice a week. | আমি সপ্তাহত তিনি বাৰ যোগাভ্যাস কৰোঁ। |
| on a regular basis | She attends the classes on a regular basis. | তেওঁ নিয়মিতভাৱে শ্ৰেণীত উপস্থিত থাকে। |
| most of the time | They stay at home most of the time. | তেওঁলোকে প্ৰায় সময়তে ঘৰতে থাকে। |
| from time to time | I read short stories from time to time. | মই কেতিয়াবা কেতিয়াবা চুটি গল্প পঢ়োঁ। |
| now and then / now and again | He visits us now and then. | তেওঁ মাজে সময়ে আমাৰ ইয়ালৈ আহে। |
| all the time | The baby cries all the time. | শিশুটোৱে সকলো সময়তে কান্দি থাকে। |
No comments:
Post a Comment