(Class Viii)
(English Grammer)
21-04-2020
Article-a,an,the
A ৰ ব্যৱহাৰ:-
@ Consonant ৰে আৰম্ভ হোৱা শব্দৰ আগত a article বহে।যেনে
-a man,a pen,a mango etc.
ইয়াত man শব্দটোত আৰম্ভণিতে consonant
M আছে।সেয়ে a article বহিছে।
ইয়াত man শব্দটোত আৰম্ভণিতে consonant
M আছে।সেয়ে a article বহিছে।
@Double vowel ৰ উচ্চাৰণ হ'লে বা শব্দৰ আৰম্ভণিতে ইউ,ওৱা,ৱা আদিৰ দৰে উচ্চাৰণ হ'লে a article বহে।যেনে-A union,a university,a unanimius decision,a European lady,a one rupee note,a one eyed man etc.
an ৰ ব্যৱহাৰ:-
@শব্দৰ প্ৰথম আখৰ vowel হ'লে an article বহে।(vowel-a,e,i,o,u.)।যেনে-An apple,an ant,an elephant etc.
@শব্দৰ আৰম্ভণিতে consonant থাকিলেও যদি consonant টোৰ উচ্চাৰণ নহয়,যদি শব্দটো উচ্চাৰণ কৰোঁতে আৰম্ভণিতে vowel উচ্চাৰণ হয়,তেতিয়া an article বহে।যেনে -
an honest man,an honourable person,an hour ago etc.
@সংক্ষিপ্তাকাৰ কিছুমান শব্দৰ আগত an article বহে । এইবিলাক শব্দৰ আৰম্ভণিতে vowel উচ্চাৰণ হয়।যেনে -an M.L.A ,an MBBS doctor,An Mp,An M.A etc
@@@The Article ৰ ব্যৱহাৰ@@@-
পৰ্বতশ্ৰেণীৰ নামৰ আগত-
The Himalayas,The Alps etc
পাহাৰ - The Nilachal hill,
নদী -The Brahmaputra,The Ganga etc.
সাগৰ - The Arabian sea.,
মহাসাগৰ -The pacific ocean, The Atlantic Ocean,The Indian ocean etc
গ্নন্থ,,ধৰ্মগ্ৰন্থ,মহাকাব্য -The Ramayana,The Mahabharata,The Bible,The Koran etc.
বিশ্ববিখ্যাত সংস্থা- U.N.O (United Nations Organisation),
বাতৰি কাকত -The Assam Tribune,
বিশেষ অৰ্থপূৰ্ণ দেশ,প্ৰদেশ -The U.S.A ,The U.K , The Punjab etc.
এটা বস্তুৰ অস্তিত্ব - the sun,the moon,the earth,the sky etc
জাতিৰ নামৰ আগত - The Assamese,the English,The French etc,
ঐতিহাসিক ঘটনা,যুদ্ধ - The French Revolution,The First World War etc.
বিশ্ববিখ্যাত অট্টালিকা,প্ৰাসাদ -
The Tajmahal,
নিৰ্দিষ্টকৈ বুজবলৈ- This is the man I met Yesterday .(অৰ্থাৎ কালি মই লগ পোৱা মানুহ জন এইজনেই।ইয়াত মনুহজনক নিৰ্দিষ্টকৈ দেখুৱাই দিছে ।)
Superlative Degree r শব্দৰ আগত -
i)He is the best boy in our class.
ii)The Brahmaputra is the longest river in assam..
No comments:
Post a Comment