Friday, April 26, 2024

(লগৰীয়া হেৰ সমনীয়া

জ্ঞানৰ মুকুতা ×2 

বুটলো আহ।)2


জ্ঞানৰ জ্যোতিৰে     আলোকিত হৈ

 জগত জিনিবলৈ যাওঁ‌।২

শিক্ষাৰ পোহৰেৰে   নিজৰে লগতে 

সামাজখনক সজায় লওঁ 

সমনীয়া জ্ঞানৰ মুকুতা...


(অহিংসা অপ্ৰীতিৰ জ্বলিছে জুই

 মানৱতা আছে শুই শুই শুই ।)২

(শিক্ষাৰ এই শলিতা জ্বলাব লাগিব

ৰাখিবা দেশৰে মান)।২

 গ্রন্থৰে সাগৰত  আছে পোৱালমণি

 বিচাৰি সততে পাম

 সমনীয়া জ্ঞানৰ মুকুতা...

No comments:

Post a Comment

 Degree Exercises  ⭐ A) Comparative → Positive (1–30) Rina is taller than Mina. ✅ Mina is not so tall as Rina. Gold is more valua...